Page  44

To  Daisy Gogoi (Issue No 89/05-2015):
Nice poem daisy
– bitupan [ ***upanchutia@gmail.com ]

To  Kuldip Medhi (Issue No 69 / 09-2013):
aapunar kobita pohi bohut val lage.
– utpal bordoloi [ ***al377@gmail.com ]

To  AAI:
I want to love you.
– ongkham [ ***kham31@gmail.com ]

To  AAI:
Bha li khisa pohi bhal lagil
– Himanta Borah [ ***anta298@gmail.com ]

To  AAI:
Kobita2 val lagisa
– Sourav dutta [ ***ravdutta378@gmail.com ]

To  AAI:
This is verry simpul ans.
– Abinash [ ***nashnamati@gmail.com ]

To  Swapnali Bordoloi (Issue No 85/01-2015):
nice kobita
– sorat chutia [ ***atchutia@gmil.com ]

To  Issue No 85 / 01-2015:
আৱৰ্জনাঃ মই আজি এটি গলিত অৰ্ধগলিত নহ’লে সৰি পৰা শুকান গছৰে পাত। ডালকে শুৱনি কৰি সেউজী ৰঙ বুলাই গাত আছিলো গছৰ অংশ হৈ এৰিব নোৱাৰা ডালৰে পাত। খামোচি ৰাখিছিলা ডাল সুঁৱাই দি শিৰতে ঠাই কিয়নো আছিলো যে পেট পুৰাই তোমাৰ। পত্রহৰিৎ আছিল সহায়ক বুলি সালোক সংশ্লেষণ কৰাই গৈছিলো আহাৰ যোগাই তোমাৰ। সাৰ পাই শিপাই গৈছিল পানী যোগাই ৰ’দ লাগি মোৰ গাত হৈছিল শৰ্কৰা তৈয়াৰ কাৰ্বন ডাই অক্সাইডৰ পৰি প্রভাৱ ৰাসায়নিক ক্রিয়া প্রক্রিয়াৰ আলমত আৰু তাতে উৎপন্ন কৰি যোৱা যন্ত্রৰ আছিলো মই আধাৰ। লহপহ কৈ বাঢ়িল ডাল পাতো ভৰিল ন ন পাত গজি জুৰাই গ’ল দেহা তোমাৰ। সেয়ে আৰু মোৰ প্রয়োজনো হ’ল অনুভৱ মোক এৰাৰ। নিবিচৰা সময়ত অপৰিত্যক্ত হৈ লেৰেলি আছিলো ডাল ভৰি জুৰাই তাত। বতাহ আহিল যি এজাক তাৰে লৈ অজুহাত দিলা এৰুৱাই পেলাই মোক হঠাৎ কৰি পদানত নহলে ভৰাই দুৱৰিৰ গাত ভৰিৰ পৰিবলে চাপ মোৰ গাত। মোৰ পৰা আৰু পাবলৈ নাই থাকিলে হানি নাই ব্যৱহাৰ নাই প্রয়োজন ডালক ধৰি ৰখাৰ। আৱৰ্জনা হৈ পৰি ৰ’লো এখিলা সৰাপাত অসুৱনি কৰি হৈ খৰমৰীয়া এটি শুকান বিবৰ্জিত নহলেও আৱৰ্জনা এই ধৰাত।
– subhash mazumdar [ ***hash123dar@gmail.com ]

To  Issue No 88 / 04-2015:
prisesta safal howk aru axomiya bhasha jipal howk
– subhash mazumdar [ ***hash123dar@gmail.com ]

To  AAI:
"আই"ৰ সমূহ পৰিয়ালবগলৈ ব'হাগ বিহু আৰু অসমীয়া নৱবষৰ আন্তৰিক শুভেচ্ছা জনালো ।
– Abee Das [ ***edas2000@gmail.com ]

Give your comments

(This is compulsory. For example, 8 + 10 = 18)


Aakor.........Kobitar
Blog of Syed Mohsin Raja
Asam Sahitya Sabha
Official website of Asam Sahitya Sabha
Bhabendranath Saikia
Bhabendranath Saikia, a maestro of the cinematic form and the written word ..
Bipuljyoti Jyoti Saikia
A collection of Assamese poetry in english translation..
Markin Kalpataru
The Flagship Assamese Internet Radio Station: Markin Kalpataru ..
My Poems: Kamal Bordoloi
Collection of Assamese poetries of Kamal Chandra Sarma Bordoloi
My-India.Net
AAI ( http://aai.ind.in ) is now in the Arts/Literature/Poetry category of My-India.Net directory..
Srimanta Sankardeva
Introduction to the world the multi-dimensional personality of Srimanta Sankaradeva
Styleshout
Website Templates
Web Directory
... for new Internet user or trainer.