Page  18

To  Partha Pratim Kalita (Issue No 105/09-2016):
বৰ সুদ্নৰ হৈছে...
– পৰশমণি [ ***me162@gmail.com ]

To  Banikanta Lahkar (Issue No 105/09-2016):
বৰ্তমান সমাজখনৰ এখন জীয়া ছবি ফুটি উঠিছে কবিতাটোত। পঢ়ি ভাল লাগিল, দাদা।
– Bijoy Bezbaruah [ ***ezbaruah2011@gmail.com ]

To  Riyaan Smith (Issue No 98/02-2016):
Hosakoi huinotai manuhor aajikali akmatro hongi.. val lagil pohi..
– Gitimoni [ ***imonichutia.gc@gmail.com ]

To  AAI:
শৰতৰ সুৰভী ® অনুভৱ পৰাশৰ শালিকী পুৱাৰ ৰদ'জ্বল বতাহ জাক নামিছে আহিনৰ আলিয়ে গলিয়ে , সৌদামিনী সূৰুযে আবিড় সানিছে উন্মনা পৃথিৱীৰ চুকে কোনে , প্ৰেমাস্পন্দন জগোৱা ৰ'দৰ কোমল চিঠি খন কোনে জানো আনিছে , সেয়েহে আজি কুৱলী সনা শেৱালীৰ অভিমানত দুভৰি কপিছে ! শৰৎ আহিছে বোলে নিলাজ ডাকোৱাল হৈ ..., অ' শৰৎ আহিছে বোলে প্ৰেমৰ বতৰা লৈ ! মোৰ অনুভৱৰ সমস্ত উপত্যকাত আজি শৰৎৰ মিনা বজাৰ ! তেজ'দীপ্ত জোনাকি ঘোৰা বোৰৰ আক্ৰমনত শিহৰিত হৈছে শুকুলা মেঘৰ হাতী বোৰে ! সন্ধ্যাৰ বলীয়া বানত বুঢ়ী আইৰ দুচুকুত হিমসনা আবেগৰ নৈ বৈছে ! উন্মাদ নৈৰ বুকুত উজান তুলিছে দৰিকনা বোৰে সঘন উশাহেৰে ! কহুৱাৰ বুকুৰ চ'ৰাঘৰত আজি কোনে জানো প্ৰেমৰ আখৰা কৰিছে ! শৰৎ আহিছে বোলে নিলাজ ডাকোৱাল হৈ ...., অ' শৰৎ আহিছে বোলে প্ৰেমৰ বতৰা লৈ ! মোৰ চেতনাৰ সমস্ত অনুৰাগৰে আজি অৰন্যৰ উকা সেওতা চুই চোৱাৰ বাসনা জাগিছে ! গাখীৰতী ধানৰ সুবাসত ভাহি অহা শৈশৱৰ সুৰ বোৰ কত জানো বাজিছে ! মিচিং গাভৰুৰ জুখালত পোৰা মাছৰ সুবাসে মদৰ ৰাগিত হেনো ভাওনা কৰিছে ! সেয়েহে হয়তো শব্দবিহীন ৰাতিবোৰো মোৰ শুনাৰ হেঁপাহ জাগিছে ! শৰৎ আহিছে বোলে নিলাজ ডাকোৱাল হৈ ...., অ' শৰৎ আহিছে বোলে প্ৰেমৰ বতৰা লৈ !!!
– Anubhab parashar [ ***akumarnath44@gmail.com ]

To  Juri Gogoi (Issue No 105/09-2016):
So nice nd heart touching...
– Mondeep Buragohain [ ***agohainmondeep123@gmail.com ]

To  Inamul F Hassan (Issue No 105/09-2016):
bahut val lagil...likhi thakiba..n Ifhm.mywapblog.com Imissu 626664
– Mamoni Khan [ ***mul.farhad@gmail.com ]

To  Moushumi Bori (Issue No 104/08-2016):
Val lagise kobitatu. sesta eri nidibo.
– kuljit das [ ***ajitbpt@gmail.com ]

To  Riyaan Smith (Issue No 104/08-2016):
What a nice poem..i love it,,nd trust my heart.. Gd bls u Riyan Smith...waiting for a poen...
– Dipika dutta [ ***ikadutta815@gmail.com ]

To  Rousanara Begum (Issue No 49 / 01-2012):
Nice
– Mustafizur Rahman [ ***stafizur615@gmail.com ]

To  Dibyajyoti Saikia (Issue No 104/08-2016):
ঙাল লাদিল (BHAAL LAAGIL)
– Biduyt Bikash Sarma Thakur [ ***uytbikash1234@gmail.com ]

Give your comments

(This is compulsory. For example, 8 + 10 = 18)


Aakor.........Kobitar
Blog of Syed Mohsin Raja
Asam Sahitya Sabha
Official website of Asam Sahitya Sabha
Bhabendranath Saikia
Bhabendranath Saikia, a maestro of the cinematic form and the written word ..
Bipuljyoti Jyoti Saikia
A collection of Assamese poetry in english translation..
Markin Kalpataru
The Flagship Assamese Internet Radio Station: Markin Kalpataru ..
My Poems: Kamal Bordoloi
Collection of Assamese poetries of Kamal Chandra Sarma Bordoloi
My-India.Net
AAI ( http://aai.ind.in ) is now in the Arts/Literature/Poetry category of My-India.Net directory..
Srimanta Sankardeva
Introduction to the world the multi-dimensional personality of Srimanta Sankaradeva
Styleshout
Website Templates
Web Directory
... for new Internet user or trainer.